নৱ-প্ৰভাতৰ এই শুভক্ষণত আপোনালোক সকলোকে নমস্কাৰ জনাই আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

নৱ-প্ৰভাতৰ এই শুভক্ষণত আপোনালোক সকলোকে নমস্কাৰ জনাই আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

বজালী জিলাৰ এই আইতা গৰাকীক মই সুধিছিলোঁ যে- “আমাৰ যি আঢ়ৈমহীয়া চৰকাৰখন অৰ্থাৎ ৮০ দিনীয়া চৰকাৰখন আপুনি কেনে পাইছে?” আইতা গৰাকীয়ে কৈছিলে-“তহঁতে ভাল কাম কৰিছ। তহঁতে যাতে আৰু অধিক ভাল কাম কৰি থাকিব পাৰ, তাৰ কাৰণে তহঁতক আশীৰ্বাদ কৰিছোঁ । হিমন্ত আৰু তহঁত মন্ত্ৰী বিলাক আৰু বিধায়ক বিলাকেও যি কামত হাত দিছ, সেই কামৰ পৰা যাতে আঁতৰি নাহ তাকে তহঁতক মই কৈছোঁ। মই কোৱা কথাটো ৰাখ বা নাৰাখ তহঁতৰ কথা, যদি ৰাখিব পাৰ নৰৰূপী জনাৰ্দনে সকলে সদায় তহঁতক আশীৰ্বাদ দি থাকিব।”May be an image of 3 people and people standing

মইও শুভাকাংক্ষী জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ, কনিষ্ঠজনৰ পৰা শুভেচ্ছা বিচাৰিছোঁ যাতে আমি এইদৰেই কাম কৰি থাকিব পাৰোঁ।

আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক ৷ 🙏