লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মৃতুবাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।

মহান স্বাধীনতা সংগ্ৰামী আৰু স্বাধীনতাৰ পৰৱৰ্তী কালৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মৃতুবাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।May be an image of 1 person and text

অসম তথা অসমীয়াৰ জাতীয় স্বাৰ্থক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতৰ নেতৃত্ব তথা আদৰ্শ অসমৰ ইতিহাসত চিৰযুগমীয়া হৈ ৰ’ব।