মধ্যপ্ৰদেশ চৰকাৰৰ খনিজ সম্পদ আৰু শ্ৰম মন্ত্ৰী তথা হোচঙ্গাবাদৰ অভিভাৱক মন্ত্ৰী ব্ৰিজেন্দ্ৰ প্ৰতাপ সিঙে আজি পুৱা মোক সৌজন্যমূলক ভাৱে সাক্ষাৎ কৰি সম্ভাষণ জনায় ৷ তেখেতৰ স্নেহভৰা সম্ভাষণে মোক অতিকৈ আনন্দিত কৰিছে ৷
এই সাক্ষাৎ কালত খনিজ আৰু শ্ৰম মন্ত্ৰী গৰাকীৰ সৈতে কিছু বাৰ্তালাপ কৰোঁ আৰু এই বাৰ্তালাপত তেখেতৰ পৰা পোৱা বিভিন্ন দিহা-পৰামৰ্শই মোক উদ্বুদ্ধ কৰে ৷