বীন্দ্ৰনাথ ঠাকুৰ দেৱৰ পুণ্যতিথিত তেখেতক সশ্ৰদ্ধ প্ৰমাণ কৰিছোঁ।

দুখনকৈ দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক, ভাৰতীয় সাহিত্যৰ আকাশত ধ্ৰুৱতৰাসদৃশ উজ্জ্বলতাৰে উজলি থকা এগৰাকী কালাতীত নক্ষত্ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ দেৱৰ পুণ্যতিথিত তেখেতক সশ্ৰদ্ধ প্ৰমাণ কৰিছোঁ।May be an image of 1 person and text

কবিজনাই তেখেতৰ প্ৰতিটো সাহিত্য সৃষ্টিতে জীৱন আৰু জগতৰ ৰহস্য আপোন মনৰ মাধুৰিৰে সজাই তুলিছে। তেখেতৰ চেতনাত থকা সন্মোহনৰ বাবেই সমগ্ৰ বিশ্বৰ প্ৰতিজন ব্যক্তি উদ্ভাসিত হৈ থকা পৰিলক্ষিত হয়।