#সুপ্ৰভাতঃ সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক ৷

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক ৷May be an image of 1 person, standing, footwear, grass and sky

যিমানেই যি নহওঁক নিজৰ সুস্বাস্থ্যৰ বাবে অতিকমেও আধা ঘন্টা সময় নিজৰ বাবে উলিয়াই শৰীৰচৰ্চা অথবা ব্যায়াম কৰি নিজৰ শৰীৰটোক সুন্দৰ, নিৰোগী কৰি ৰখাত গুৰুত্ব দিয়ক ৷

May be an image of one or more people, people standing, outdoors and pool