“মহাৰথী”ৰ স্ৰষ্টা চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱৰ অমূল্য সৃষ্টিয়ে অসমীয়া সাহিত্যৰ জগতখনক চিৰসেউজ আৰু সমৃদ্ধ কৰি ৰাখিছে।

প্ৰথিতযশা সাহিত্যিক, “মহাৰথী”ৰ স্ৰষ্টা চন্দ্ৰপ্ৰসাদ শইকীয়া দেৱৰ অমূল্য সৃষ্টিয়ে অসমীয়া সাহিত্যৰ জগতখনক চিৰসেউজ আৰু সমৃদ্ধ কৰি ৰাখিছে।

May be an image of 1 person and text

আজি মৃত্যুবাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।