আপোনালোক সকলোৰে কুশল, মঙ্গল কামনা কৰিছোঁ ৷

“সমালোচনা আমাৰ জীৱনৰ বাবে এৰাব নোৱাৰা এক অংগস্বৰূপ ৷ আমি সকলোৱেই পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি গোটেই জীৱনটোত বহু সমালোচনাৰ সন্মুখীন হওঁ ৷ সমালোচনা মানেই আক্ৰমণ কৰাটো নুবুজায় ৷ সমালোচনা সমূহ গঠনমূলক হ’ব লাগে তেতিয়াহে সমাজলৈ ধনাত্মক বাৰ্তা এটা যায় আৰু সমাজৰ উন্নতি সাধন হয় ৷”May be an image of 1 person, standing and outdoors

প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চাৰে দিনটোৰ আৰম্ভ কৰি দিনযোৰা কাৰ্যসূচীৰ বাবে নিজকে সাজু কৰিছোঁ ৷ আপোনালোক সকলোৰে কুশল, মঙ্গল কামনা কৰিছোঁ ৷