ড° ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ স্মৃতিদিৱসত শ্ৰদ্ধা নিবেদন কৰিলোঁ।

সাহিত্যৰ লগতে অসমীয়া সাংস্কৃতিক, চলচিত্ৰ, নাট্য তথা সাংবাদিকতাৰ জগতখনত নিজ অৱদান আগবঢ়োৱা ড° ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ স্মৃতিদিৱসত শ্ৰদ্ধা নিবেদন কৰিলোঁ।May be an image of 1 person, glasses and text

সূক্ষ্মবোধ আৰু স্বকীয় লিখন শৈলীৰ লগতে ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ মানৱতাবাদী জীৱন দৰ্শনে গভীৰভাৱে আকৃষ্ট কৰে পাঠকক। তেখেত এগৰাকী ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান।