ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰত্যাহ্বানক প্ৰতিহিত কৰিবলৈ সেৱাই সংগঠন নীতিৰে ভাৰতীয় জনতা পাৰ্টি সাঁজু আৰু সংকল্পবদ্ধ হৈছে।

ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰত্যাহ্বানক প্ৰতিহিত কৰিবলৈ সেৱাই সংগঠন নীতিৰে ভাৰতীয় জনতা পাৰ্টি সাঁজু আৰু সংকল্পবদ্ধ হৈছে।May be an image of 6 people and people standing

স্বাস্থ্য অভিযানৰ তৎপৰতাৰে ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলা প্ৰতিনিধিক ক’ভিডৰ জটিল পৰিস্থিতিত ৰাইজক সজাগ আৰু সচেতন কৰি এনে প্ৰত্যাহ্বানে ভৰা সময়ত ৰাইজক সুৰক্ষিত কৰিবলৈ বিশেষ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে ইতিমধ্যেই প্ৰক্ৰিয়া আৰম্ভ হৈছে।

May be an image of 5 people, people standing and people sitting

এই প্ৰক্ৰিয়াৰ সৈতে সংগতি ৰাখি আজি বৰপেটা জিলা বিজেপিৰ উদ্যােগত অনুষ্ঠিত হোৱা “স্বাস্থ্য স্বয়ংসেৱক অভিযান” ৰ বিশেষ কৰ্মশালাত উপস্থিত থাকি মোৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই মহান উদ্দেশ্যক সফল কৰিবলৈ আগবাঢ়ি অহা কাৰ্যকৰ্তা আৰু ব্যক্তি সকলক কৃতজ্ঞতা জ্ঞাপন কৰোঁ। সকলোৰে একত্ৰ প্ৰচেষ্টা আৰু সেৱাই সংগঠন নীতিৰে আমি সকলো প্ৰত্যাহ্বানক প্ৰতিহিত কৰিব পাৰিম বুলি দৃঢ় বিশ্বাসী।