অসমীয়াৰ প্ৰাণত আৱেগ-অনুভূতিৰে জীপাল হৈ থকা লোকসংগীতক পৰিমাৰ্জিতভাৱে বিশ্বৰ প্ৰান্তে প্ৰান্তে কঢ়িয়াই নিছিল গণশিল্পী খগেন মহন্ত ডাঙৰীয়াই।

অসমীয়াৰ প্ৰাণত আৱেগ-অনুভূতিৰে জীপাল হৈ থকা লোকসংগীতক পৰিমাৰ্জিতভাৱে বিশ্বৰ প্ৰান্তে প্ৰান্তে কঢ়িয়াই নিছিল গণশিল্পী খগেন মহন্ত ডাঙৰীয়াই।May be an image of 1 person and text

অসমীয়া লোকসংগীতৰ শুদ্ধ ৰূপ ধৰি ৰখাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অপৰিসীম। আজি ওপজা দিনত জনতাৰ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।