বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰী দেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ লক্ষ্যধৰ চৌধুৰী দেৱক স্মৃতিদিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।May be an image of 1 person and text

তেখেতৰ অমূল্য অৱদানে অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক সম্ভ্ৰান্ত কৰি ৰখাৰ লগতে তেখেতৰ অনন্য সেৱাই ৰাজ্যৰ শিক্ষা আৰু ৰাজনীতিৰ ক্ষেত্ৰখনকো সদায় সমৃদ্ধ কৰি ৰাখিছে।