আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক আৰু মঙ্গলময় হওঁক ৷

“সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা ৷” – মহৎ লোকৰ বাণীMay be an image of 1 person, standing and outdoors

পুৱাৰ নিৰ্মল বতাহজাকৰ সান্নিধ্য লৈ প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক আৰু মঙ্গলময় হওঁক ৷