আজি কাৰ্বি হেৰিটেজ মিউজিয়াম পৰিদৰ্শন কৰি নথৈ আনন্দিত হ’লোঁ।

আজি কাৰ্বি হেৰিটেজ মিউজিয়াম পৰিদৰ্শন কৰি নথৈ আনন্দিত হ’লোঁ।

মিউজিয়ামৰ চৌপাশৰ নান্দনিক দৃশ্য আৰু ইয়াত সংগ্ৰহীত সম্পদ আৰু সমল সমূহ পৰিদৰ্শন কৰি এক বিৰল অভিজ্ঞতা লভিলোঁ।May be an image of 1 person, standing, sky and tree

মিউজিয়ামত কটোৱা সময়খিনিয়ে অনন্যতাৰে বিমোহিত কৰি ৰাখিলে।

Delighted to visit and experience the aesthetic view of Nothengpi Karbi Heritage Museum today.May be an image of standing

Grateful to the museum authority for maintaining and preserving the cultural resources of the Karbi tribal community to generate public awareness.