দুটা দিন পাটাছাৰকুছি আৰু সৰভোগত কটাই কালি ৰাতি গুৱাহাটীত উপস্থিত হৈ আজি প্ৰাতঃভ্ৰমণ আৰু শৰীৰ চৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ।
আজিৰ দিনটোত মোৰ যিহেতু ১৭ টা কাৰ্যসূচী আছে, সেয়েহে শৰীৰটো সতেজ কৰি ৰাখিবলৈ আনদিনাতকৈ প্ৰায় ১৫ মিনিটতকৈও অধিক সময় শৰীৰচৰ্চা কৰিছোঁ ৷
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক ৷