মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পুণ্য তিৰোভাৱ তিথি উপলক্ষে আজি পাটাছাৰকুছিৰ অন্তৰ্গত বামাখাটা সত্ৰত ভগৱন্তৰ অভয় চৰণত এভাগি সেৱা জনালোঁ।
সত্ৰখনত উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ লগত বিভিন্ন আলাপ আলোচনা কৰি আপ্লুত হোৱাৰ লগতে সত্ৰৰ আধ্যাত্মিক পৰিৱেশত উপস্থিত থাকি যথেষ্ট উৎফুল্লিত হৈছোঁ।