এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ প্ৰয়াত মুখাৰ্জীদেৱে দেশৰ সংসদীয় ৰাজনীতিলৈ আগবঢ়াই যোৱা অৱদান সমগ্র দেশে সদায় শ্ৰদ্ধাৰে সুঁৱৰিব ।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সন্মানীয় প্ৰণৱ মুখাৰ্জী দেৱৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ প্ৰয়াত মুখাৰ্জীদেৱে দেশৰ সংসদীয় ৰাজনীতিলৈ আগবঢ়াই যোৱা অৱদান সমগ্র দেশে সদায় শ্ৰদ্ধাৰে সুঁৱৰিব ।May be an image of 2 people and text that says "Tributes to former President of India and 'Bharat Ratna' Awardee Shri Pranab Mukherjee Dangoriya on his death anniversary. A stalwart whose insights and experience were instrumental in defining the policies of India for decades, his contributions to this country continue to shape it!"

Tributes to former President of India and ‘Bharat Ratna’ Awardee Shri Pranab Mukherjee Dangoriya on his death anniversary.

A stalwart whose insights and experience were instrumental in defining the policies of India for decades, his contributions to this country continue to shape it!