“মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি॥”
ত্ৰিজগতৰ পতি, পৰম কৰুণাময় প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত এভাগি সেৱা ধৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক আৰু মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷ 