আজি অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ, অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ দেৱৰ জন্ম দিৱস।

আজি অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ, অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ দেৱৰ জন্ম দিৱস। তেখেতলৈ জন্মদিনৰ ওলগ আৰু শ্ৰদ্ধা যাচিলোঁ।May be an image of 1 person, standing and text

অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰেই এই দিনটোতেই সমগ্র অসমত “অভিৰুচি ক্ৰীড়া দিৱস” পালন কৰি আহিছে আৰু এইবাৰ অসমৰ চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি “ৰাজ্যিক ক্ৰীড়া দিৱস” হিচাপে পালন কৰা হ’ব।

“ৰাজ্যিক ক্ৰীড়া দিৱস” উপলক্ষে ৰাজ্যৰ ক্ৰীড়া প্ৰতিভা সমূহলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে অনাগত সময়খিনি ভাল হওঁক।