চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ তেখেতৰ পুণ্য জন্মতিথিত সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।

“গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ

গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম তস্মৈশ্ৰী গুৰুৱে নম: ৷৷”

চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ তেখেতৰ পুণ্য জন্মতিথিত সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।May be an image of 1 person and text that says ""শিক্ষাব লক্ষ্য শাবীবিক, বৌদ্ধিক, বাজনৈতিক অথবা অর্থনৈতিক মানুহ সৃষ্টি কবা নহয়, ইয়াব উদ্দেশ্য হ'ল নৈতিক আকু আধ্যাত্মিক তথা এক সম্পূর্ণ মানুহ সৃষ্টি কবাহে সর্বপল্লী বাধাকৃষ্ণণ শিক্ষক দিবসব আন্তবিক শুভেচ্ছা জ্ঞাপন কবিছোঁ RanjeetKrDass www.ranjeetkrdas.in"

শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তন কৰিবলৈ সক্ষম হোৱা যুগনায়ক গৰাকীৰ জন্মতিথিৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে উদযাপন কৰা “শিক্ষক দিৱস” ৷ আজি শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী শিক্ষাগুৰুৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। প্ৰতিগৰাকী শিক্ষকৰ সু-স্বাস্থ্য কামনা কৰিছোঁ। তেখেত সকলৰ ত্যাগেই জগত পোহৰ কৰি ৰাখিছে। তেখেত সকলৰ অসাধাৰণ বৰঙণিয়ে আমাৰ সমাজ জীৱনক সদায় সমৃদ্ধ আৰু সম্ভ্ৰান্ত কৰি ৰাখিছে।

সবল, সক্ষম আৰু সৰ্বশ্ৰেষ্ঠ দেশ গঢ়াৰ যাত্ৰাত শিক্ষাগুৰুৰ ত্যাগ, কষ্ট আৰু বৰঙণি সদায় আমাৰ বাবে অনন্য সাহসৰ অমল উৎস হৈ ৰ’ব সদায় …

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আশা কৰিছো সকলোৰে দিনটো শুভ হওক ৷