আপোনালোকৰ আজিৰ দিনটো শুভ হওঁক আৰু মংগলময় হওঁক ৷

“কৰ্মই আমাৰ ধৰ্ম”। নিজ নিজ কৰ্ম নিষ্ঠাৰে কৰি যোৱাটোৱেই আমাৰ সমগ্ৰ জীৱনৰ ধৰ্ম আৰু পুণ্য। অবিৰত ভাৱে সেয়ে আমি নিজৰ কৰ্ম কৰি যাবই লাগিব। কৰ্ম অবিহনে জীৱন স্থবিৰ আৰু স্তব্ধ। নিজৰ কৰ্মৰ প্ৰতি আগ্ৰহ আৰু আন্তৰিকতা বৃদ্ধিৰে আমি গৈ থাকিবই লাগিব নিজৰ জীৱন পথত।May be an image of 1 person, standing and text that says "মোব আজিব দিনটোর ৬ছেপ্টেম্বব, ২০২১ তাবিখ, সোমবাবব কার্যসূচী সমূহঃ পুরা ৯.৩০ বজাত উপ-বিভাগীয় ভূমি উপদেষ্টা সমিতিব বৈঠকত অংশগ্রহণ, জিলা উপাযুক্ত কার্যালয় বজালী। বাতিপুরা ১০.৩০ বজাত 'আমাৰ বজালী আমাৰ ফুলনিব শুভ উদ্োধন অনুষ্ঠানত অংশগ্রহণ, বজালী দুপবীয়া ১২.০০ বজাত বাঘমাবা গাঁও পঞ্চায়ত কার্যালয়ব 'ভূমি পুজন' অনুষ্ঠান, বাঘমাৰা দুপবীয়া ১২.৩০ বজাত বজালী খগ্ড উন্নয়ন কার্যালয়ত পঞ্চদশ বিত্তীয় আয়োগৰ খগ্ু পবামর্শমূলক সভা আবেলি ৩.৩০ বজাতঃ সম্বর্ধনা অনুষ্ঠান, প্রাগজ্যোতিষ ক্লাব, পাটাছাবকুছি সন্ধিয়া ৫.০০ বজাত বেলনা গাঁও পবিদর্শন RanjeetKrDass www.ranjeetkrdas.in"

আজি মই দিনযোৰা কৰ্মসূচীৰে কেইবাটাও কাৰ্যসূচী সমাপন কৰিম। পুৱা ৯-৩০ বজাত উপ-বিভাগীয় ভূমি উপদেষ্টা সমিতিৰ বৈঠক, ১০-৩০ বজাত “আমাৰ বজালী আমাৰ ফুলনি” ৰ শুভ উদ্বোধন অনুষ্ঠান, দুপৰীয়া ১২ বজাত বাঘমাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ “ভূমি পূজন” অনুষ্ঠান, ১২-৩০ বজাত বজালী খণ্ড উন্নয়ন কাৰ্যালয়ত পঞ্চদশ বিত্তীয় আয়োগৰ খণ্ড পৰামৰ্শমূলক সভা, বিয়লি ৩ বজাত সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ আৰু বিয়লি ৫ বজাত বেলনা গাঁও পৰিদৰ্শন কৰিম।

সেয়েহে পুৱাই শৰীৰচৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে আজিৰ দিনটো শুভাৰম্ভ কৰি দিনটোৰ ব্যস্ততাৰ বাবে সাঁজু হৈছোঁ।

আপোনালোকৰ আজিৰ দিনটো শুভ হওঁক আৰু মংগলময় হওঁক ৷🙏