বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জনাইছোঁ।

বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জনাইছোঁ।

যুগনায়ক গৰাকীয়ে ভাষা-সাহিত্য, সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অতুলনীয় বৰঙণিয়ে আই অসমীক অনন্ত কালৰ বাবে সম্ভ্ৰান্ত কৰি থৈ গৈছে।May be an image of 2 people and people standing

মানৱ প্ৰেমেৰে, সম্প্ৰীতি-সমন্বয়ৰ এখন সমাজ গঢ়াৰ বাবে সংগীতসূৰ্যৰ বিশাল কৰ্মৰাজি আৰু অমৰ সৃষ্টি চিৰকাল আমাৰ তুলনাবিহীন সাহসৰ অমল সোপান…