যোৱাকালি ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী আৰু যোৰহাটমুখী দুখন ফেৰীৰ মাজত যি আকস্মিক দুৰ্ঘটনা সংঘটিত হ’ল সেইয়া অতিকৈ দুৰ্ভাগ্যজনক ৷

যোৱাকালি ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী আৰু যোৰহাটমুখী দুখন ফেৰীৰ মাজত যি আকস্মিক দুৰ্ঘটনা সংঘটিত হ’ল সেইয়া অতিকৈ দুৰ্ভাগ্যজনক ৷

আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই একমিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ৷

Yesterday’s ferry accident on Brahmaputra near Nimati Ghat, Jorhat was achingly unfortunate.

In today’s Cabinet meeting, we observed a minute of silence to pray and offer our condolences to those who lost their lives in the tragic accident.