শৰীৰ চৰ্চা আৰু প্ৰাতঃভ্ৰমণেৰে দিনটোৰ শুভাৰম্ভ কৰিছোঁ।
APSC ৰ Preliminary Examination ত অৱতীৰ্ণ হ’ব লগা পৰীক্ষাৰ্থী সকলক মোৰ শুভেচ্ছা জনাইছোঁ। নিজৰ মেধা আৰু প্ৰজ্ঞাৰে তেখেত সকলে সফলতা লাভ কৰক আৰু ৰাইজৰ সেৱাৰ বাবে নিজকে সাঁজু কৰক।
পৰীক্ষা হৈছে জীৱনত সফলতা লাভৰ এক অন্যতম মাধ্যম। APSC ৰ Preliminary Examination ত অৱতীৰ্ণ হ’ব লগা পৰীক্ষাৰ্থী সকলৰ ত্যাগ, কষ্ট আৰু একাগ্ৰতাৰ পৰিণতিতে অনাগত সময়বোৰে উজ্জ্বলতাৰে হাঁহিব পাৰিব।
আজিৰ দিনটো আপোনালোকৰ শুভ হওঁক, মংগলময় হওঁক ৷