“আমাৰ সকলােতকৈ ডাঙৰ দুর্বলতা হৈছে, মাজ বাটতে ভাগৰি পৰা।
সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।”
প্ৰাতঃভ্ৰমণ আৰু কিছু সময় দৌৰি শৰীৰৰ যত্ন লোৱাটো মোৰ দৈনন্দিন অভ্যাস ৷ আজিও তাৰ ব্যতিক্ৰম হোৱা নাই ৷ এনেদৰেই এটা নতুন দিনৰ শুভাৰম্ভ কৰোঁ ৷
আপোনালোকৰ আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷