ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI) ৰ অধ্যক্ষ শ্ৰী শিৱ সুব্ৰমনিয়াম ৰামান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক সঞ্চালিকা শ্ৰীমতী কৃষ্ণা বৰুৱাৰ উপস্থিতিত এখনি বৈঠকত মিলিত হওঁ ৷

ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI) ৰ অধ্যক্ষ শ্ৰী শিৱ সুব্ৰমনিয়াম ৰামান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক সঞ্চালিকা শ্ৰীমতী কৃষ্ণা বৰুৱাৰ উপস্থিতিত এখনি বৈঠকত মিলিত হওঁ ৷

উক্ত বৈঠকত ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI) ৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগিতা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। আগন্তুক দিনত ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI) ৰ সহযোগিতাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোট সমূহ লাভাম্বিত হ’ব বুলি মোৰ দৃঢ়বিশ্বাস ৷