‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ ৰ অধীনৰ গৃহ নিৰ্মাণ কাৰ্যসূচীৰ শুভাৰম্ভ
‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক দূৰদৰ্শী চিন্তা ৷ এই আঁচনিৰ ৰূপায়ণে দেশৰ বহু দুখীয়া ৰাইজৰ হেঁপাহৰ ঘৰটো বনোৱাৰ সপোন পূৰণ হৈছে ৷
আজি টিহু অঞ্চলত এই আঁচনিৰ অধীনত গৃহ নিৰ্মাণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ ৷ মাংগলিক নীতি নিয়মৰ মাজেৰে এই গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি অতিকৈ আনন্দিত হৈছোঁ ৷