মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে সমগ্ৰ অসমতে ৮ লাখ মানুহক ক’ভিড টীকাকৰণ কৰা হ’ব ৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে সমগ্ৰ অসমতে ৮ লাখ মানুহক ক’ভিড টীকাকৰণ কৰা হ’ব ৷ সেই উপলক্ষে আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰহিত্যত অভিভাৱক মন্ত্ৰী, অভিভাৱক সচিব আৰু জিলা উপায়ুক্ত সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেন্স উপস্থিত থাকোঁ ৷May be an image of 2 people, screen and indoor

আজি অনুষ্ঠিত হোৱা এই কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাৰ বাবে এক নিৰ্ধাৰিত লক্ষ্য বান্ধি দিয়ে আৰু এই ক’ভিড টীকাকৰণ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে নিজ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ সকলোকে আহ্বান জনায় ৷