অভিভাৱক মন্ত্ৰী হিচাবে আজি বৰপেটা জিলাৰ বিভিন্ন ক’ভিড চেণ্টাৰ পৰিভ্ৰমণ কৰোঁ।

অভিভাৱক মন্ত্ৰী হিচাবে আজি বৰপেটা জিলাৰ বিভিন্ন ক’ভিড চেণ্টাৰ পৰিভ্ৰমণ কৰোঁ। বৰপেটা জিলাৰ তিনিটা ক’ভিড চেণ্টাৰ হৈছে ক্ৰমে বৰপেটা ৰাইনো’ ক্লাৱ, বৰপেটা ৰোড প্ৰেছ ক্লাৱ আৰু ভলুকাডুবা আদৰ্শ মডেল হস্পিতাল। এই পৰিদৰ্শন কালত জিলাৰ প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

বৰ্তমানলৈ অৰ্থাৎ আজি প্ৰায় ১২ বজালৈ সন্তুষ্টিজনক ভাৱে ক’ভিড টীকাকৰণৰ অগ্ৰগতি লাভ কৰিছে। মই আশা কৰিছোঁ, টীকাকৰণৰ ক্ষেত্ৰত বৰপেটা জিলাৰ যি নিৰ্দ্দিষ্ট লক্ষ্য, সেয়া নিশ্চিত ৰূপত উপনীত হ’ব বুলি মই দৃঢ়বিশ্বাসী।