সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক … তাকে কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷
বিভাগীয় কাম-কাজত অত্যন্ত ব্যস্ত থকা বাবে যোৱা কেইদিনমান ধৰি মই পুৱাৰ এই সুপ্ৰভাত পোষ্ট দিব পৰা নাই ৷ তাৰবাবে মই আপোনাসৱৰ ওচৰত ক্ষমাপ্ৰাৰ্থী ৷
এই বিষয়ে অৱগত কৰি মোক বহু শুভাকাংক্ষী ৰাইজে ফোন, মেছেজ যোগে অনুৰোধ জনাইছে ৷ তেখেতসকলৰ এই সাদৰ ভৰা মৰমে মোক উৎসাহিত কৰাৰ লগতে অনুপ্ৰাণিত কৰিছে ৷ আপোনাসৱৰ অনুৰোধক সন্মান জনাই মই অতি সোনকালেই পূৰ্বৰ দৰেই পুৱা শৰীৰচৰ্চা কৰা আৰু আপোনাসৱৰ মঙ্গল কামনা কৰা পোষ্টটিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ প্ৰয়াস কৰিম