অসমৰ এগৰাকী বিশিষ্ট অধিবক্তা তথা ক্ৰীড়া সংগঠক নিলয় দত্তৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে মোক মৰ্মাহত কৰিছে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷
তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
৷৷ ঔঁ শান্তি ৷৷