আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাকে কামনা কৰি ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

#সুপ্ৰভাত#GoodMorning

তিনিচুকীয়াৰ পৰাই এটি সুন্দৰ পুৱাৰ সকলোকে সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাকে কামনা কৰি ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

বিভাগীয় কামত তিনিচুকীয়া ভ্ৰমণলৈ আহি এইমাত্ৰ ষ্টেচনত উপস্থিত হৈছোহি আৰু আজিৰ প্ৰাতঃভ্ৰমণ তিনিচুকীয়া ষ্টেচনৰ পৰাই কৰিছোঁ ৷ যিহেতু আজি তিনিচুকীয়া জিলাত মোৰ কেইবাটাও কাৰ্যসূচী আছে সেয়েহে এনেদৰেই দিনটোৰ কাৰ্যসূচীৰ বাবে সাজু হৈছোঁ ৷