“মোৰ মিনতি তৰা হয় যদিতোমাৰ আকাশ চুবমোৰ এই গানযদি ফুল হয়তোমাৰ বনত ৰ’ব..”
প্ৰতিজন অসমীয়াৰ বুকুত আজিও বাজি থাকে এই গীত। সুৰেৰে, গীতেৰে, মাতেৰে চিৰদিন অসমীয়াৰ প্ৰাণত থাকি যাব এই টান।
অসমীয়াৰ হিয়াৰ আমঠু প্ৰয়াত সংগীত শিল্পী জয়ন্ত হাজৰিকা দেৱৰ আজি ওপজা দিন। মহান শিল্পীগৰাকীলৈ এই বিশেষ দিনটোত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।