‘জল জীৱন মিছন’ ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ দিশত এক নতুন সংযোজন

‘জল জীৱন মিছন’ ৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ দিশত এক নতুন সংযোজন

আজি তিনিচুকীয়া জিলাত ‘জল জীৱন মিছন’ ৰ অধীনৰ ওকনিমুৰীয়া বঙালী পানী যোগান আঁচনি খনৰ শুভ উদ্বোধন কৰোঁ ৷

এই আঁচনি খনে স্থানীয় ৰাইজৰ খোৱা পানীৰ অভাৱ দূৰ কৰাৰ লগতে ‘জল জীৱন মিছন’ ৰ অধীনত ৰাজ্য চৰকাৰৰ যি লক্ষ্য তাক পূৰণ কৰাৰ ক্ষেত্ৰত এক নতুন সংযোজন হ’ল ৷

এই উদ্বোধনী অনুষ্ঠানত মোৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু চাবুৱা বিধান সভা বিধায়ক শ্ৰী পোনাকণ বৰুৱা উপস্থিত থাকে ৷