‘সেৱা আৰু সমৰ্পণ অভিযান’

‘সেৱা আৰু সমৰ্পণ অভিযান’

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে ২০ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘সেৱা আৰু সমৰ্পণ অভিযান’ ৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ আদৰ্শ চিকিৎসালয় ও সামূহিক স্বাস্থ্য কেন্দ্ৰটিত চিকিৎসাধীন হৈ থকা ৰোগী সকলক খাদ্য সামগ্ৰী আৰু ফলমূল বিতৰণ কৰাৰ লগতে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰোঁ ৷

এই কাৰ্যসূচীত মোৰ সৈতে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি শ্ৰী ময়ুৰ বুঢ়াগোহাঁই উপস্থিত থাকে ৷

Narendra ModiJ.P.NaddaHimanta Biswa SarmaBhabesh kalita ভবেশ কলিতাBharatiya Janata Party (BJP)BJP Assam Pradesh