আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তী ৰাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কপিল মৰেশ্বৰ পাটিল ডাঙৰীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ ৷

আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়তী ৰাজ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কপিল মৰেশ্বৰ পাটিল ডাঙৰীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা বৈঠকত মিলিত হওঁ ৷

এই বৈঠকত মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি সমূহৰ কাৰ্যকৰীকৰণ আৰু সফল ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন আলোচনা কৰোঁ ৷ তেখেতে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে ৷

PMO IndiaCMO AssamGiriraj SinghHimanta Biswa SarmaKapil PatilMinistry of Panchayati Raj, Government of IndiaPanchayat & Rural Development, AssamMyGov Assam