বৰপেটাৰ ‘থিয়নাম’ সমগ্ৰ ৰাজ্যতে বিখ্যাত ৷ ইয়াৰ এক সুকীয়া বৈশিষ্ট্য তথা ঐতিহ্য আছে। আজি বৰপেটা জিলাৰ পৰা অহা এটি থিয়নাম দলৰ সৈতে সংগ দি মই উৎসাহিত হৈছোঁ।

আজি এই থিয়নাম দলটিৰ সৈতে সংগ প্ৰদান কৰি অসমবাসীৰ কল্যাণৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাওঁ