“কৃতকাৰ্যতাৰ সংজ্ঞা বিচাৰি হাবাথুৰি নাখাবা। একান্তমনে কৰ্মত ব্ৰতী হোৱা, এদিন নিজেই ইয়াৰ সংজ্ঞা বিচাৰি পাবা ।”

#সুপ্ৰভাত#GoodMorning

“কৃতকাৰ্যতাৰ সংজ্ঞা বিচাৰি হাবাথুৰি নাখাবা। একান্তমনে কৰ্মত ব্ৰতী হোৱা, এদিন নিজেই ইয়াৰ সংজ্ঞা বিচাৰি পাবা ।”

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ। সকলোৰে মঙ্গল হওঁক তাৰেই কামনা কৰিছোঁ।

প্ৰতিটো পুৱাৰ দৰেই আজিও সুস্থ আৰু সতেজ মন এটিৰ সৈতে দিনটোৰ কাৰ্যাৱলীৰ বাবে নিজক প্ৰস্তুত কৰিছোঁ। ব্যক্তি এজনৰ সুস্থ-সবল চিন্তাধাৰাই জীৱনৰ ভেঁটি গঢ়ি তোলে, যি যেনে চিন্তা কৰে সি তেনে ফল পায়। গতিকে, আহক আমি প্ৰতিটো ৰাতিপুৱা সূৰ্যৰ কিৰণৰ সৈতে নিজক ইতিবাচক চিন্তাৰে দিনটোৰ বাবে পৰিপূৰ্ণ কৰি ৰাখোঁ।