“ভিন্নতাৰ মাজত একতা অথবা একতাৰ বিভিন্ন ৰূপৰ অন্তঃকৰণেই হ’ল ভাৰতীয় সংস্কৃতিৰ মূল বিচাৰধাৰা ।।”
মহান দেশপ্ৰেমিক, যুগদ্ৰষ্টা, মহান ৰাজনীতিবিদ পণ্ডিত দীনদয়াল উপাধ্যায় দেৱে আমাক প্ৰতিসময় অন্ত্যােদয়ৰ পথ প্ৰদৰ্শিত কৰি অহাৰ লগতে আমাক আধ্যাত্মিক, সামাজিক-মানৱীয় চিন্তাৰে অনুপ্ৰেৰণা প্ৰদান কৰি আহিছে।
কোটি কোটি ভাৰতীয়ৰ অনুপ্ৰেৰণাৰ এই গৰাকী অমল উৎস, মহান ৰাজনীতিবিদ, কৰ্মযোগীক তেখেতৰ পুণ্য জন্মবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।