সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ লগতে সকলোৰে মঙ্গল কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷
বাংলাদেশ আৰু ভাৰতবৰ্ষৰ মাজেৰে বৈ যোৱা কৰিমগঞ্জৰ কুচিয়াৰা নদীৰ কাষত আজি আহি খন্তেক সময় পৰিদৰ্শন কৰোঁ ৷
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক তাকে কামনা কৰিছোঁ ৷ 