হাইলাকান্দি জিলা প্ৰশাসনে হাইলাকান্দি জিলাৰ অন্তৰ্গত চাহ বাগান সমূহৰ বিনা বেতনধাৰী শ্ৰমিক সকলক জব কাৰ্ডৰ সৈতে সংযুক্ত কৰিছে ৷

ননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ উদ্যোগত চাহ বাগিছাৰ ব্যক্তি সকলকো জব কাৰ্ড দিয়াৰ কাৰণে নিৰ্দেশ দিয়াৰ লগতে হাইলাকান্দি জিলা প্ৰশাসনক চাহ বাগানৰ বিনা বেতনধাৰী শ্ৰমিকসকলক MGNREGA ৰ সৈতে জব কাৰ্ড সংযুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেই নিৰ্দেশৰ আধাৰতে হাইলাকান্দি জিলা প্ৰশাসনে হাইলাকান্দি জিলাৰ অন্তৰ্গত চাহ বাগান সমূহৰ বিনা বেতনধাৰী শ্ৰমিক সকলক জব কাৰ্ডৰ সৈতে সংযুক্ত কৰিছে ৷

তেওঁলোকক আগন্তুক দিনত ১০০ দিনৰ কাম দিলে প্ৰায় ২০০০০ ৰ পৰা ২৫০০০ টকা পৰ্যন্ত আয় কৰিব পাৰিব ৷ আজি হাইলাকান্দিত বহুকেইজন এনে চাহ শ্ৰমিকক এই জব কাৰ্ড প্ৰদান কৰি মই অতিকৈ আনন্দিত হৈছোঁ ৷

Under a special initiative by HCM Dr Himanta Biswa Sarma dangoria, non-permanent tea-garden workers are to receive job cards linked with MGNREGA, ensuring 100 days of work in the coming days.

Glad to have distributed these job cards to tea workers in Hailakandi, ensuring employment.

PMO IndiaCMO AssamHimanta Biswa SarmaMyGov AssamMyGovIndia