আজি হাইলাকান্দি জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিষদখনৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

আজি হাইলাকান্দি জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিষদখনৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰোঁ ৷ এই কাৰ্যসূচীত মোৰ সৈতে হাইলাকান্দি জিলাৰ উপায়ুক্ত, জিলা পৰিষদ খনৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিষয়ববীয়া সকল উপস্থিত থাকে ৷

এই বৈঠকত পৰিষদ খনৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত এই পৰিষদৰ কাৰ্যপন্থা কেনেদৰে আগুৱাই নি সফল ৰূপায়ণ কৰিব পাৰি সেই সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰোঁ ৷