ভগত সিং, বিপ্লৱৰ অম্লান এটি নাম ৷ সাহস, বীৰত্ব, ত্যাগৰ অন্যতম প্ৰতিমূৰ্তি স্বৰূপ।

ভগত সিং, বিপ্লৱৰ অম্লান এটি নাম ৷ সাহস, বীৰত্ব, ত্যাগৰ অন্যতম প্ৰতিমূৰ্তি স্বৰূপ।May be an image of 1 person and text that says "हo জন্মবার্ষিকী শ্রদ্ধার্ঘ্য ভাবত মাতৃব অমব সন্তান, শ্বহীদ ভগত সিং RanjeetKrDass www.ranjeetkrdas.in"

বিপ্লৱী আদৰ্শৰ বহ্নিশিখা দেশৰ সৰ্বত্ৰে স্থাপন কৰি থৈ যোৱা ভাৰত মাতৃৰ অমৃত সন্তান গৰাকীৰ বীৰত্ব, সাহস আৰু ত্যাগৰ নিদৰ্শনে দেশবাসীক সৰ্বদা কৰি আহিছে অনুপ্ৰাণিত।

আজি ভাৰত মাতাৰ অমৰ সন্তান গৰাকীৰ জন্মবাৰ্ষিকীত তেখেতক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।