খোৱাপানীৰ ব্যৱস্থাই জনসাধাৰণৰ বহুখিনি কষ্ট লাঘৱ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণক সকাহ দিয়াৰ স্বাৰ্থত নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে

খোৱাপানীৰ ব্যৱস্থাই জনসাধাৰণৰ বহুখিনি কষ্ট লাঘৱ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণক সকাহ দিয়াৰ স্বাৰ্থত নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে

আজি কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা বিভাগীয় আঁচনি আৰু কাম-কাজৰ বুজ লোৱাৰ অৰ্থে এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ।
“জল জীৱন মিছন” কে আদি কৰি বিভাগৰ অন্যান্য আঁচনিৰ কামৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ বিষয়া-কৰ্মচাৰীক আঁচনি সমূহৰ উদ্দেশ্য তথা নিৰ্ধাৰিত লক্ষ্যক এশ শতাংশ সফল কৰি ৰাইজক উপকৃত কৰিবলৈ নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাওঁ।
আজিৰ এই পৰ্যালোচনা সভাত মোৰ সৈতে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জিলা উপায়ুক্ত আৰু বিভাগীয় অভিযন্তা তথা বিষয়াসকল উপস্থিত থাকে ৷
In the past few days, I had the pleasure to travel to many districts to amplify & review the progress of various Govt schemes.
On that note, addressed a PHED meeting at DC office in Amingaon to review the implementation of schemes like JJM in the Kamrup Dist.