আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷
আজি ৰাজ্যবাসীৰ বাবে এক বিশেষ দিন ৷ কিয়নো আজি পোনপ্ৰথমবাৰৰ বাবে অসমত ইতিহাস ৰচনা কৰি ধেমাজি জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হৈছে ৷ কেৱল দিছপুৰতে সীমাবদ্ধ নাৰাখি আগন্তুক দিনত পৰ্যায় ক্ৰমে আন জিলা সমূহতো কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব ৷ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইয়া এক যুগান্তকাৰী পদক্ষেপ ৷
A new era of governance begins in Assam as for the first time, under the able leadership of HCM Dr Himanta Biswa Sarma dangoria, we attended a Cabinet Meeting at Dhemaji.
Under this landmark step, we look forward to attend more such Cabinet meetings in other districts of the state.