সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগতে কামনা কৰিছোঁ যাতে আপোনালোক সকলোৰে আজি দিনটো সুন্দৰ হওঁক তথা সফল হওঁক ৷
যিহেতু আজি ডিব্ৰুগড়ত কেইবাটাও বিভাগীয় আৰু দলীয় কাৰ্যসূচী ৰূপায়ণ কৰিম সেইহেতু কালি আহি ডিব্ৰুগড়ত উপস্থিত হৈছো আৰু পুৱাৰ এই সময়খিনিত প্ৰাতঃভ্ৰমণ কৰি শৰীৰৰ যতন লৈ দিনটোৰ কাৰ্যসূচীৰ বাবে নিজকে প্ৰস্তুত কৰিছোঁ ৷