অদম্য সাহস, শক্তি, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ জীৱন্ত প্ৰতীক- অসম আৰক্ষী।

অদম্য সাহস, শক্তি, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ জীৱন্ত প্ৰতীক- অসম আৰক্ষী।

সমাজৰ অতন্দ্ৰ প্ৰহৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা দায়বদ্ধতাৰে পালন কৰি অসম আৰক্ষীয়ে জনগণৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। প্ৰতিকূল পৰিস্থিতিকো সাহসেৰে নেওচি তেখেতসকলে দাঙি ধৰিছে দেশপ্ৰেমৰ অনন্য নিদৰ্শন।May be an image of text

‘অসম আৰক্ষী দিৱস’ উপলক্ষে প্ৰতিগৰাকী বিষয়া, জোৱানলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে, দেশ তথা জনগণৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকললৈ যাচিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

#জনহিতজনসেৱাৰ্থে

Assam Police