নিৰৱচ্ছিন্ন প্ৰয়াসেৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে অসমৰ জনসাধাৰণৰ কল্যাণৰ বাবে উন্নয়নমুখী কাম কৰি আছে

নিৰৱচ্ছিন্ন প্ৰয়াসেৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে অসমৰ জনসাধাৰণৰ কল্যাণৰ বাবে উন্নয়নমুখী কাম কৰি আছে

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত আজি জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ । সভাত বিষয়া বৰ্গৰ পৰা জিলাখনত সমাপন হৈ থকা বিভাগীয় আঁচনি সমূহৰ সামগ্ৰিক অগ্ৰগতি সম্পৰ্কে বুজ লওঁ।

“জলজীৱন মিছন”কে আদি কৰি বিভাগীয় সকলো আঁচনিৰ সুবিধাৰ পৰা জিলাখনৰ কোনো যোগ্য ব্যক্তিয়েই যাতে বঞ্চিত নহয় তাৰ প্ৰতি বিষয়া সকলক বিশেষ দৃষ্টি ৰাখি এই ক্ষেত্ৰত কৰণীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনাওঁ।

Concerted efforts of the officials & workers are making a positive impact towards uplifting the society.

Addressed a PHED meeting in Dibrugarh Dist.

Reviewed the progress of #JJM & other Govt. schemes.