ৰাইজৰ সেৱাৰ্থে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ ন-ৰূপ আৰু ন-উদ্যমেৰে আগবাঢ়িছে
আজি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ। সভাত “এক দেশ, এক ৰেচন কাৰ্ড” “ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি” “প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা” কে আদি কৰি বিভাগৰ অধীনৰ সকলো আঁচনিৰ অগ্ৰগতি সম্পৰ্কে বিশদ পৰ্যালোচনা কৰোঁ।
জিলাবাসীয়ে বিভাগীয় সুবিধা সমূহ সহজ আৰু সঠিক ভাৱে লাভ কৰাৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰী সকলৰ নিজ দায়িত্ব আগ্ৰহ আৰু আন্তৰিকতাৰে পালন কৰিবলৈ আহ্বান জনাওঁ।
A fast & fluent PDS is our priority to ensure food security for the beneficiaries.
Addressed an FCS&CA meeting at DC office in Dibrugarh to review in detail the progress of ONORC, NFSA, PMUY etc. Directed the officials to work towards efficient implementation of the schemes.