আজি ডিব্ৰুগড় জিলা পৰিষদৰ কাৰ্যালয়ত এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷

আজি ডিব্ৰুগড় জিলা পৰিষদৰ কাৰ্যালয়ত এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷ এই সভাত পৰিষদ খনৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত এই পৰিষদ খনৰ কাৰ্যাৱলী সমূহৰ সফল ৰূপায়ণ কৰাৰ সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰোঁ ৷

এই সভাত মোৰ সৈতে ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী ডেইজীৰাণী ফুকন শ্যামৰ লগতে পৰিষদখনৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

Addressed a review meeting at Dibrugarh Zilla Parishad office. Discussed about the functioning of the council & took stock of the progress in implementation of Govt. schemes.

I was accompanied by Smt Daisyrani Phukan Shyam, President,Dibrugarh Zilla Parishad & other officials.

PMO IndiaCMO AssamMyGovIndiaMyGov Assam