সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ

#সুপ্ৰভাত#GoodMorning

সকলোৰে মঙ্গল কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷

ডিব্ৰুগড় জিলাত বহুকেইটা বিভাগীয় আৰু দলীয় কাৰ্যসূচী সমাপন কৰাৰ পিছত আজি আহি বঙাইগাঁৱত উপস্থিত হৈছোহি ৷অভিভাৱক মন্ত্ৰী হিচাবে আজি বঙাইগাঁও আৰু বৰপেটা জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিম ৷

তাৰবাবে পুৱাতেই শৰীৰচৰ্চা কৰি নিজকে দিনটোলৈ সাজু কৰিছোঁ ৷ যাতে ৰাইজৰ সেৱাত কোনোধৰণৰ ত্ৰুটি থাকি নাযায় ৷